অ
অসমীয়াত লিখা এতিয়া সহজ
আপুনি ইংৰাজী কিবৰ্ডতে টাইপ কৰক — আমি অসমীয়ালৈ সলনি কৰি দিম। একো install কৰাৰ দৰকাৰ নাই, browser-তে কাম কৰে।
কেনেকৈ কাম কৰে?
আপুনি যেনেকৈ কয় তেনেকৈয়ে লিখক। যেনে —
namaskaar
→
নমস্কাৰ
axom
→
অসম
bhaal laagil
→
ভাল লাগিল
লিখি থাকোতে শব্দটো দেখা যাব। Space টিপিলে শব্দটো বহি যাব। যদি বেলেগ শব্দ লাগে, ↑↓ বা Tab ব্যৱহাৰ কৰক।
দুটা ধৰণে লিখিব পাৰে
অ
ফোনেটিক
ইংৰাজীত লিখক, অসমীয়া ওলাব
ইনস্ক্ৰিপ্ট
প্ৰতিটো কি'ত এটা অসমীয়া আখৰ
সলনি কৰিবলৈ Ctrl + Space টিপক।
কামৰ কথা
- আপোনাৰ লিখা কথাবোৰ নিজে নিজে save হৈ থাকে
- Ctrl + K টিপিলে screen-ত কিবৰ্ড ওলাব
- Ctrl + / টিপিলে আখৰৰ তালিকা চাব পাৰিব